Skip to main content

নৱবৰ্ষৰ শুভেচ্ছা || HAPPY NEW YEAR || 2019 || manashhb

নৱবৰ্ষৰৰ শুভেচ্ছা || HAPPY NEW YEAR



🎈চাওঁতে চাওঁতে মৰমৰ 2018ক আমি বিদায় দিবৰে হল ৷ পাৰ হৈ অহা দিনত যদি মই কেতিয়াবা কিবা দুখ দিছিলো বন্ধু বুলি পাহৰি যাবা ৷৷😊 
    নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা ৷ দুখবোৰ আতৰি সুখেৰে ভৰি পৰক ৷ 🎈🎈
      তোমাৰ মন মৰম চেনেহ আৰু সৎ চিন্তা ভাৱনাৰে পৰিপূৰ্ণ হৈ পৰক l 🎈🎈
    যান্ত্ৰিকতাৰে ভৰা জীৱনত অনেক ব্যস্ততাৰ মাজতো মোৰ হৃদয়ে ৰে আজি মই তোমাক শুভেচ্ছা জনাইছো  কাৰণ তুমি মোৰ বন্ধু | আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ জীৱনৰ সপোনবোৰ এপাহ ৰক্ত গোলাপৰ দৰে উজ্জ্বলি উঠে |💕
  টকা পইচা শেষ হৈ যাব,কিন্তু বন্ধুত্বৰ স্মৃতি চিৰযুগমীয়া হৈ থাকি যাব |🌹
   ভগৱানক ধন্যবাদ যে এই দুদিনীয়া জীৱনটোত মোক তোমাৰ দৰে এজন বন্ধু দিলে | তোমাৰ বন্ধুত্বৰে মই আজীৱন চহকী | মোৰ জীৱনৰ কক্ষপথৰ লগৰী হোৱা বাবে তোমাক বহুত বহুত ধন্যবাদ | 🐾🐾
    আমাৰ মাজত থকা মৰম-স্নেহ, মিলা-প্ৰীতি বোৰ আগলৈও এনেদৰেই থকাৰ আশাৰে তোমালৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাচিলো ৷৷৷ 
     💐💐HAPPY💐💐
                                            💐💐NEW💐💐
                   💐YEAR💐
   🏵🏵2019🏵🏵 in advance 

     চিৰদিন কুশলে থাকা তাৰেই কামনাৰে....
          তোমাৰ বন্ধু....😊
                 






manshhb
              9127564128
🎈........................🎈
..............................


happy new year || manashhb
MANASH HB

Comments