যাযাবৰী কিছু অনুভৱ
কেতিয়াবা যাদুময় সংগীতৰ দুনিয়া খনত তোমাক বিচাৰি যাও
কেতিয়াবা পাপন দাৰ গীতৰ মাজত আৰু কেতিয়াবা জুবিন দাৰ গীতৰ মাজত
আৰু
কেতিয়াবা নিজৰ শূন্য আকাশ খনৰ মাজত
তোমাক বিচাৰিবলৈ উধাতু খায় দৌৰো
সুদুৰত দেখা সেই ছাঁ তোক
চিঞৰো
কিয়বা নুশুনে???
তুমি তুমি লগা অনুভৱ এটি
গজে বুকুৰ কোনোবা খিনিত
লগে লগে নিশব্দ মোৰ আকাশত জোন তৰায়
কান্দি উঠে .
MANASH HB |
যেন মোক কিবা এটা কৈছে,,,,
কিন্তু মই শুনা নাই মই বুজাও নাই,,,,,
কাণখন পাটি শুনো
হঠাৎ ধেৰেকনি এটাই
জোকাৰি তোলে
আৰু কয়
মই হেনো সমৰ্থহীন
এটা দুষ্ট দানৱ,,,,,,,
আৰু মই মূৰ দুপিয়াও,,,,,!
hi we have added your blog in assamese blogger directory
ReplyDeletevisit this to see your blog in Best assamese literature blog link