"মোৰ মনে তাইক বিছাৰে"
মোৰ মনে তাইক বিছাৰে
কিন্তু তাই চাগে তোক বিছাৰে....
ঐ শুন
কলিজাৰ টুকুৰা হয়
তাই মোৰ
সজতনে ৰাখিবি তাইক
কান্দিব নিদিবি
দুখ নিদিবি তাইক কেতিয়াও
মনত বহুত হেপাহ আছিল
জান'?????
তাইক নিজৰ কৰিবলে
কিন্তু
তাইৰ মনতো চাগে হেপাহ আছে
তোক পাবলে.......!!!
সেয়েহে ভৰিৰে গছকি–মোহাৰি
নিজৰ হেপাহ বোৰক
তুলি দিছো তাইক তোৰ হাতত
ঐ বন্ধু ক'
সজতনে ৰাখিবি নে তাইক????
তাই ফোন কৰিছিল জান'????
তাইৰ প্ৰতিতো শব্দৰ মাজত বিলীন কৰি দিছিলো নিজকে
আজি তাইৰ কথাত ৰহস্য লুকাই আছিল
এনে লাগিছিল যে???
তাই তোকেই বিছাৰে মনে–প্ৰাণে!!!!!
মোৰ কলিজাৰ টুকুৰাটিক....!!
ভাঙিব নিদিবি বন্ধু
সজতনে ৰাখিবি তাইক...!!
দুখ নিদিবি কান্দিব নিদিবি...!!
আৰু ইমান মৰম দিবি যাতে...!!
মোৰ অকণ কথাও মনত নাথাকে তাইৰ
তহত দুটা সুখী হ....!!!
MANASH HB |
Comments
Post a Comment