তই মোৰ কোন হয়?
📝 প্ৰিয়ংকা
তই মোৰ কোনো নহয়
তই মোৰ কোনোৱে নহয়
তই মোৰ বুকুৰ ধপধপনি হে মাথোঁ ।
মৃত্যুৰ আগমুহুৰ্তলৈ তোৰ লগত থকা হেপাঁহ
তোক ভালপাওঁ, বহুত ভালপাওঁ
এবাৰ দুবাৰ নহয়
হেজাৰবাৰ চিঞঁৰি কবলৈ সাজু
যে "তোক মই বহুত ভাল পাওঁ ধুন" ।
কেতিয়াবা আবেগিক হৈ
বহুত নকবলগীয়া কথা কৈ পেলাওঁ
বিশ্বাস কৰ সেইবোৰ মোৰ খং নহয়
তোৰ প্ৰতি থকা অভিমান হে।
অনুৰোধ মাথোঁ এটি মোৰ
মোক আঘাত নিদিবি ।।
তই মোৰ কোনোৱে নহয়
তই মোৰ বুকুৰ ধপধপনি হে মাথোঁ ।
মৃত্যুৰ আগমুহুৰ্তলৈ তোৰ লগত থকা হেপাঁহ
তোক ভালপাওঁ, বহুত ভালপাওঁ
এবাৰ দুবাৰ নহয়
হেজাৰবাৰ চিঞঁৰি কবলৈ সাজু
যে "তোক মই বহুত ভাল পাওঁ ধুন" ।
কেতিয়াবা আবেগিক হৈ
বহুত নকবলগীয়া কথা কৈ পেলাওঁ
বিশ্বাস কৰ সেইবোৰ মোৰ খং নহয়
তোৰ প্ৰতি থকা অভিমান হে।
অনুৰোধ মাথোঁ এটি মোৰ
মোক আঘাত নিদিবি ।।
MANASH HB |
ASSAMESE GK - FACTS - QUIZ WEBSITE
ReplyDelete